अर्थ : সূতা, ৰেচম আদিৰ গুচ্চ
उदाहरण :
শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
पर्यायवाची : মুঠা
अर्थ : মুঠিত অহা পৰিমাণৰ বস্তু
उदाहरण :
তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
अर्थ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
उदाहरण :
লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে