सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
उदाहरण : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
पर्यायवाची : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু
अर्थ : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
उदाहरण : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
पर्यायवाची : পম, শিপা, শিহা, শিহৰি, শিয়া
अर्थ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
उदाहरण : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
पर्यायवाची : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস
अर्थ : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা
उदाहरण : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ
पर्यायवाची : আধাৰ, বুনিয়াদ
अर्थ : যিটো আৱশ্যক হয়
उदाहरण : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
पर्यायवाची : প্রধান, মুখ্য
अर्थ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
उदाहरण : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
पर्यायवाची : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়
इंस्टॉल करें