अर्थ : এবিধ বগা বা ৰঙা চানেকীয়া মূলৰ পাচলি
उदाहरण :
খেতিয়কে পথাৰত মূলাৰ খেতি কৰিছে
अर्थ : খাবলৈ মিঠা আৰু কিছু জলা লগা এক প্রকাৰৰ উদ্ভিদৰ কন্দ বা মূল
उदाहरण :
তেওঁ কেঁ্চা মূলা খাই আছে
पर्यायवाची : মূলা গছ