पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মূল্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মূল্য   বিশেষ্য

अर्थ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব

उदाहरण : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে

अर्थ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

उदाहरण :

पर्यायवाची : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ

अर्थ : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব

उदाहरण : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে

पर्यायवाची : বিচাৰধাৰা, মূল্যবোধ

अर्थ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়

उदाहरण : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়

पर्यायवाची : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য

अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

उदाहरण : হীৰাৰ মূল্য জহুৰীয়েহে জানে

पर्यायवाची : দাম

चौपाल