सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
उदाहरण : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
पर्यायवाची : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
अर्थ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
उदाहरण : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
पर्यायवाची : আগ, কাষ
अर्थ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
उदाहरण : এই কাঁহীখনৰ কাণটো বৰ পাতল
पर्यायवाची : কাণ, কাষ, কিনাৰ, প্রান্তৰ
अर्थ : শৰীৰৰ যি অংশত মগজু থাকে
उदाहरण : মোহনৰ মূৰত চুলি নাই
पर्यायवाची : মাথা, শিৰ
अर्थ : মগজ সম্বন্ধীয়
उदाहरण : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
पर्यायवाची : মগজু, মস্তিষ্ক
इंस्टॉल करें