अर्थ : যিজনৰ মৃত্যু হৈছে:তেওঁলোকে বোমা বিস্ফোৰণত মৃত ব্যক্তিসকলক স্মৃতি ্ তর্পণ কৰিছে তেওঁ স্বর্গীয় দেউতাকৰ স্মৃতিত এখন হস্পিতাল স্থাপন কৰিছে
उदाहरण :
पर्यायवाची : অজীৱ, অবিদ্যমান, চৈতন্যৰহিত, প্রাণৰহিত, পৰলোকগামী, মৃতক, ্ অবর্তম্ান, ্ স্বর্গগ্ামী, ্ স্বর্গীয়
अर्थ : যাক মাৰি পেলোৱা হৈছে
उदाहरण :
পুলিচে মৃত ব্যক্তিজনক ্তেওঁৰ পৰিয়ালৰ লোকক চমজাই দিলে
अर्थ : যʼত জীৱনী শক্তি, উপযোগিত বা ক্রিয়াশীলতা নাইকিয়া হৈ গৈছে
उदाहरण :
বর্তম্ান কিছুমান প্রাচীন ভাষা মৃত