पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মৃত্যু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মৃত্যু   বিশেষ্য

अर्थ : হিন্দু ধর্ম অনুসৰি মৃত্যুৰ অধিপতি দেৱতা

उदाहरण : সতী সাৱিত্রীয়ে যমৰাজৰ পৰা সৌভাগ্যৱতী হোৱাৰ বৰ লাভ কৰি নিজৰ মৃত পতিক জীৱিত কৰি তুলিছিল

पर्यायवाची : অন্তক, কৃতান্ত, ধর্ম্ম্্ৰাজ, ধর্ম্ম্্ৰায়, নাৰন্তক, প্রজান্তক, মহিষবাহন, যম, যম-ৰজা, যমৰাজ, শমন

अर्थ : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

उदाहरण : জন্মিলে মৃত্যু হʼবই

पर्यायवाची : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কাল, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

अर्थ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

उदाहरण : তেওঁৰ মৃত্যু অতি ওচৰত

पर्यायवाची : কাল, মৰণ কাল

चौपाल