सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
उदाहरण : সাধুসকল মোহত নপৰে
पर्यायवाची : মমতা
अर्थ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
उदाहरण : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
पर्यायवाची : প্রলোভ, লালচ, লালসা, লিপ্সা, লোভ
इंस्टॉल करें