सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মোহ বা ভ্রমত পৰা
उदाहरण : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
पर्यायवाची : মুগ্ধ, মোহাবিষ্ট
अर्थ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
उदाहरण : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
पर्यायवाची : আসক্ত, মুগ্ধ, মোহাবিষ্ট, ৰক্ত
इंस्टॉल करें