पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মোহিত হোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মোহিত হোৱা   ক্ৰিয়া

अर्थ : সম্পূর্ণৰূপে মোহিত হোৱা কার্য

उदाहरण : কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুলবাসী মুগ্ধ হʼল

पर्यायवाची : আকলুৱা হোৱা, মুগ্ধ হোৱা, লালায়িত হোৱা

अर्थ : কাৰোবাৰ ৰূপ, গুণ আদিৰ কাৰণে তেওঁৰ ওপৰত সন্তুষ্ট, অনুৰক্ত বা মোহিত হোৱা

उदाहरण : শ্যাম ৰাধাৰ সুন্দৰতাৰ প্রতি আসক্ত হৈছে মীৰা মোহনৰ প্রতি মোহিত হৈছে

पर्यायवाची : আসক্ত হোৱা

चौपाल