अर्थ : সোণেৰে বনোৱা মুদ্রা
उदाहरण :
হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
पर्यायवाची : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
अर्थ : সোণ বা ৰূপৰ মুদ্রা
उदाहरण :
বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
अर्थ : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
उदाहरण :
টাকশালত টকা-পইচাৰ ছাপ মৰা হয়