सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ছালৰ ওপৰত জমা হোৱা ধূলি-বালি বা ঘম আদিৰ তৰপ
उदाहरण : তেওঁ মলি চফা কৰিবৰ কাৰণে সদায় চাবোনেৰে গা-ধোৱে
पर्यायवाची : ছালৰ মলি, মলি
अर्थ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি
उदाहरण : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে
पर्यायवाची : মল, লেতেৰা
अर्थ : কোনো বস্তুৰ গাঢ় মল
उदाहरण : তেওঁ চকুত বহুত ময়লা আছে
इंस्टॉल करें