अर्थ : কাৰোবাৰ লগত প্রেমপূর্ণ ্বা বাৎসল্যপূর্ণ ব্যৱহাৰ কৰা
उदाहरण :
সৰু লʼৰা-ছোৱালীক সকলোৱে মৰম কৰে
पर्यायवाची : আপদাৰ কৰা
अर्थ : ডাঙৰে সৰুৰ প্রতি মৰম ্প্রদর্শন ্কৰা
उदाहरण :
শিশুক মাকে সকলোতকৈ বেছি মৰম কৰে
पर्यायवाची : স্নেহ কৰা