पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से মৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

মৰা   বিশেষ্য

अर्थ : মাৰ দিয়া কার্য ্বা ভাব

उदाहरण : কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব

पर्यायवाची : প্রহাৰ কৰা

अर्थ : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়

उदाहरण : বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়

पर्यायवाची : মৰাপাট

মৰা   ক্ৰিয়া

अर्थ : মৰাৰ সমান কষ্ট কৰা

उदाहरण : তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে

अर्थ : খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা

उदाहरण : এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ

अर्थ : কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ

उदाहरण : ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে

अर्थ : কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য

उदाहरण : ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল

पर्यायवाची : মৰি যোৱা

अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

उदाहरण : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

पर्यायवाची : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা

अर्थ : জীৱনৰ অন্ত পেলোৱা কার্য

उदाहरण : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

पर्यायवाची : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, প্রাণ লোৱা, বধ কৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা

चौपाल