सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুত বেছি সময়
उदाहरण : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
उदाहरण : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
पर्यायवाची : কাল, দিন
अर्थ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
उदाहरण : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
पर्यायवाची : কাল, সময়
इंस्टॉल करें