सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
पर्यायवाची : উপযুক্ততা, ক্ষমতা, সামর্থ্য
अर्थ : কোনো পদ, কার্য আদিৰ কাৰণে যোগ্য হোৱা অৱস্থা বা ভাব
उदाहरण : যোগ্যতাৰ কাৰণেই তেওঁ অধ্যাপকৰ পদটো পালে
इंस्टॉल करें