अर्थ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
उदाहरण :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
पर्यायवाची : যোৰ
अर्थ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
उदाहरण :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
पर्यायवाची : যোৰ
अर्थ : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
उदाहरण :
তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে