पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লক্ষ্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লক্ষ্য   বিশেষ্য

अर्थ : দেখা কার্য

उदाहरण : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

पर्यायवाची : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

अर्थ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

उदाहरण : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

पर्यायवाची : গন্তব্য, লক্ষ্য স্থান

अर्थ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

उदाहरण : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

पर्यायवाची : নিচান

अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

पर्यायवाची : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

अर्थ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

उदाहरण : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

पर्यायवाची : নিচান

अर्थ : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

उदाहरण : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে

चौपाल