पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লগোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লগোৱা   বিশেষ্য

अर्थ : লগোৱা কার্য

उदाहरण : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

अर्थ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

उदाहरण : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

अर्थ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

उदाहरण : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

उदाहरण : লতাই কুর্তাটোত বুটাম লগাই আছে

पर्यायवाची : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

अर्थ : ভালদৰে স্থিৰ কৰা কার্য

उदाहरण : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

पर्यायवाची : বহুওৱা

अर्थ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

उदाहरण : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

पर्यायवाची : খটোৱা

अर्थ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

उदाहरण : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

पर्यायवाची : ঘঁ্হা, সনা

अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

उदाहरण : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

पर्यायवाची : অভিলেপ কৰা, চৰোৱা

अर्थ : কোনো সঠিক ঠাইত উপনীত কৰোৱা

उदाहरण : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

अर्थ : উদ্ভিদ আদিৰ ৰোপন কার্য

उदाहरण : মালীয়ে টাবত গোলাপৰ কলম লগালে

पर्यायवाची : ৰোপন কৰা

अर्थ : ব্যৱহাৰ বা কামত অহা

उदाहरण : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

पर्यायवाची : খৰচ কৰা

अर्थ : কার্যত সংলগ্ন কৰোৱা

उदाहरण : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

उदाहरण : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

पर्यायवाची : ওলোমাই থোৱা

अर्थ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

उदाहरण : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

पर्यायवाची : লেপন লগোৱা, সনা

अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

उदाहरण : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

पर्यायवाची : ব্যৱস্থিত কৰা, সজোৱা

अर्थ : ছাতি, চছমা আদি ধাৰণ কৰা

उदाहरण : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

पर्यायवाची : ধাৰণ কৰা

अर्थ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

उदाहरण : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

पर्यायवाची : আৰোপ কৰা, দিয়া

अर्थ : বিনিয়োগ কৰা

उदाहरण : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

पर्यायवाची : খটুৱা, বিনিয়োগ কৰা

अर्थ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

उदाहरण : কামিজত বুটাম লগাই দিয়া

पर्यायवाची : লগাই দিয়া

चौपाल