अर्थ : যাৰ একেবাৰ ওপৰৰ অংশ, বস্তু আদি (বিশেষকৈ শোভাবর্ধনক্াৰী) কোনো কাৰণবশতঃ নাইকিয়া হৈছে
उदाहरण :
ধুমুহাৰ কাৰণে গোটেই হাবিখন লঠঙা হৈ গʼল গৰমৰ দিনত এই ্পর্বত ্লঠঙা হৈ পৰে
अर्थ : পাত আৰু ঠাল-ঠেঙুলি আদি নথকা
उदाहरण :
খেতিয়কে লঠঙা গছজোপাৰ শিপা খান্দি আছে