पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লঠঙা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লঠঙা   বিশেষণ

अर्थ : যাৰ একেবাৰ ওপৰৰ অংশ, বস্তু আদি (বিশেষকৈ শোভাবর্ধনক্াৰী) কোনো কাৰণবশতঃ নাইকিয়া হৈছে

उदाहरण : ধুমুহাৰ কাৰণে গোটেই হাবিখন লঠঙা হৈ গʼল গৰমৰ দিনত এই ্পর্বত ্লঠঙা হৈ পৰে

अर्थ : যাৰ কোনো কাৰণবশতঃ ডাল, পাত আদি একো নাইকিয়া হৈছে

उदाहरण : খেতিয়কজনে লঠঙা গছ কাটি আছে

पर्यायवाची : লঠা-মূৰা, লঠৰা-মূৰা

अर्थ : পাত আৰু ঠাল-ঠেঙুলি আদি নথকা

उदाहरण : খেতিয়কে লঠঙা গছজোপাৰ শিপা খান্দি আছে

चौपाल