सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে
उदाहरण : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
पर्यायवाची : পংক্তি, শাৰী
अर्थ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
उदाहरण : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
पर्यायवाची : লান, লানি, লালী, শাৰী, শৃংখলা
इंस्टॉल करें