अर्थ : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
उदाहरण :
লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
अर्थ : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
उदाहरण :
সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
पर्यायवाची : লাওচিয়ান