सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এশ হাজাৰৰ মুঠ সংখ্যা
उदाहरण : তুমি কʼব পাৰিবানে লাখত কেইটা শূন্য থাকে
पर्यायवाची : লক্ষ
अर्थ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে ষষ্ঠ স্থানত পোৱা মান যʼত লাখ গুণিতক পোৱা যায়
उदाहरण : একলাখ চাৰিত লাখৰ স্থানত এক আছে
अर्थ : এশ হাজাৰ
उदाहरण : তেওঁ নিজৰ ভায়েকক এক লাখ টকা দিলে
इंस्टॉल करें