अर्थ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
उदाहरण :
লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
पर्यायवाची : চকৰি
अर्थ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
उदाहरण :
লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
पर्यायवाची : লাটিম