सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
उदाहरण : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
पर्यायवाची : বেত, মাৰি, লাখুটি
अर्थ : ধাতু বা কাঠেৰে নির্মিত দীঘল আৰু ঘূৰণীয়া মোটা টুকুৰা
उदाहरण : ইয়াত ৰাখি থোৱা ৰদবোৰত মামৰ লাগিছে পুলিচে লাঠিৰে চোৰটোক কোবাইছে
पर्यायवाची : ৰদ
अर्थ : মোটা আকাৰৰ ডাঙৰ মাৰি
उदाहरण : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
पर्यायवाची : দণ্ড, বাৰি
इंस्टॉल करें