पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লিখা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লিখা   বিশেষ্য

अर्थ : ওকণীৰ কণী

उदाहरण : তাইৰ চুলিত লেখি ওকণী হৈছে

पर्यायवाची : ফুটনি, লেখি

अर्थ : লিপিৰ ৰূপত লিখা কার্য

उदाहरण : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে

पर्यायवाची : লিপিবদ্ধ

লিখা   ক্ৰিয়া

अर्थ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য

उदाहरण : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো

पर्यायवाची : লিপিবদ্ধ কৰা

अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

उदाहरण : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

पर्यायवाची : কপি কৰা, টোকা, নকল কৰা

अर्थ : খাটা, কাগজ আদিত লিখোৱা

उदाहरण : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

पर्यायवाची : ভৰোৱা, লিখোৱা

चौपाल