अर्थ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
उदाहरण :
দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
पर्यायवाची : লেপন দিয়া
अर्थ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
उदाहरण :
ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে