सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অক্ষৰ বর্ণৰ চিহ্ন
उदाहरण : এই শিলটোৰ ওপৰত ব্রাহ্মীলিপিত কিবা লিখা হয়
अर्थ : লিখা কামত ব্যৱহৃত শৈলী
उदाहरण : বিশ্বত বিভিন্ন প্রকাৰৰ লিখন শৈলী পোৱা যায়
पर्यायवाची : অক্ষৰশৈলী, লিখন শৈলী, লিপি শৈলী
अर्थ : চিহ্নৰ দ্বাৰা ধ্বনি বা কোনো বিষয়ৰ লিখিত ৰূপক ব্যক্ত কৰা বিশেষ পদ্ধতি
उदाहरण : হিন্দী ভাষা দেৱনাগৰী লিপিত লিখা হয়
इंस्टॉल करें