अर्थ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
उदाहरण :
লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
पर्यायवाची : লিখা
अर्थ : খাতা আদিত লিখা কার্য
उदाहरण :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
पर्यायवाची : অন্তর্ভুক্ত ্কৰা, তোলা