पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লুটা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লুটা   বিশেষ্য

अर्थ : লুটপাত কৰা কার্য ্বা ভাব

उदाहरण : ডকাইতে মহাজনৰ ঘৰ লুটাৰ পিছত আৰামত গুচি গʼল

লুটা   ক্ৰিয়া

अर्थ : অনুচিতভাৱে লোৱা

उदाहरण : আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে

अर्थ : বহুত দাম লোৱা

उदाहरण : আজিকালিৰ দোকানীয়ে গ্রাহকক প্রায়েই ঠগে

पर्यायवाची : ঠগা

अर्थ : কাৰোবাক অত্যধিক খৰচ কৰোৱা

उदाहरण : সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে

अर्थ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য

उदाहरण : আমাৰ চহৰত এজন মহাজনক লুটিলে

पर्यायवाची : লুটপাত কৰা

चौपाल