अर्थ : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
उदाहरण :
যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
अर्थ : সম্পূর্ণৰূপে ভিজা বা তিতা
उदाहरण :
জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
पर्यायवाची : টেপটেপীয়া, লুতুৰ-পুতুৰ