पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লুব্ধ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লুব্ধ কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম

उदाहरण : দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে

पर्यायवाची : প্রলুব্ধ কৰা

अर्थ : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা

उदाहरण : সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে

पर्यायवाची : প্রলুব্ধ কৰা, প্রলোভিত কৰা

चौपाल