सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু
उदाहरण : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে
पर्यायवाची : লিখনি, লেখা
अर्थ : লিখা বস্তু
उदाहरण : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়
पर्यायवाची : লিখনি
अर्थ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
उदाहरण : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
पर्यायवाची : কলম
इंस्टॉल करें