पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লেতেৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লেতেৰা   বিশেষ্য

अर्थ : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

उदाहरण : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

पर्यायवाची : মল, ময়লা

লেতেৰা   বিশেষণ

अर्थ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

उदाहरण : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

पर्यायवाची : বেয়া

अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

उदाहरण : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

पर्यायवाची : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা

अर्थ : যিটোৰ শোধন কৰা হোৱা নাই

उदाहरण : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

पर्यायवाची : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত

चौपाल