पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লেপন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লেপন   বিশেষ্য

अर्थ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ

उदाहरण : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল

पर्यायवाची : পেষ্ট, লেও

अर्थ : লিপা কার্য ্বা ভাব

उदाहरण : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়

अर्थ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

उदाहरण : বেৰৰ লেপন শেষ হৈ গৈছে

पर्यायवाची : অনুলেপন, প্লাষ্টাৰ

अर्थ : প্ৰলেপিত কৰা কাৰ্য

उदाहरण : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে

पर्यायवाची : প্ৰলেপ

अर्थ : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন

उदाहरण : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে

पर्यायवाची : লেপ

अर्थ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য

उदाहरण : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে

पर्यायवाची : প্রলেপ, লেও

चौपाल