पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লোক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লোক   বিশেষ্য

अर्थ : এজনতকৈ অধিক ব্যক্তি

उदाहरण : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

पर्यायवाची : জনগণ, জনতা, জনমানস

अर्थ : পৃথিৱীত থকা লোক

उदाहरण : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

पर्यायवाची : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ

अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

उदाहरण : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

पर्यायवाची : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি

अर्थ : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

उदाहरण : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

पर्यायवाची : জন, ব্যক্তি, মানুহ

अर्थ : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

उदाहरण :

पर्यायवाची : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ

चौपाल