पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লোৱা   ক্ৰিয়া

अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

उदाहरण : এই গাড়ীখনে বহুত পেট্রʼল খায়

पर्यायवाची : খোৱা

अर्थ : উদাহৰণ হিচাপে লোৱা

उदाहरण : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

पर्यायवाची : লৈ লোৱা

अर्थ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

उदाहरण : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

पर्यायवाची : কোৱা

अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা

उदाहरण : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

पर्यायवाची : ঠিক কৰা

अर्थ : বাচি লোৱা

उदाहरण : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

अर्थ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

उदाहरण : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

पर्यायवाची : ধৰা

अर्थ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

उदाहरण :

पर्यायवाची : গ্রহণ কৰা

अर्थ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

उदाहरण : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

पर्यायवाची : গ্রহণ কৰা, স্বীকাৰ কৰা

अर्थ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

उदाहरण :

पर्यायवाची : উৰা, পিন্ধা, পৰিধান কৰা

अर्थ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

उदाहरण : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

पर्यायवाची : গ্রহণ কৰা, স্বীকাৰ কৰা

चौपाल