सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লৰি থকা কার্য
उदाहरण : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ
अर्थ : চলমান কৰোৱা বা দুলন কার্য
उदाहरण : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
पर्यायवाची : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা
अर्थ : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা
उदाहरण : মোৰ চকুদুটা কঁপিছে
पर्यायवाची : কঁ্পা
अर्थ : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা
उदाहरण : বতাহত পাতবোৰ লৰিছে
पर्यायवाची : লৰচৰ কৰা
इंस्टॉल करें