पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से লৰা-ঢপৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

লৰা-ঢপৰা   বিশেষ্য

अर्थ : উপদ্রৱ কৰি জপিওৱা

उदाहरण : যʼতেই দুই-চাৰিটা লʼৰা-ছোৱালী গোট খাই, তাতেই লৰা ঢপৰা আৰম্ভ কৰি দিয়ে

पर्यायवाची : লৰা ঢপৰা

अर्थ : ইফালে সিফালে দৌৰিবলগীয়া হোৱা কোনো কামৰ উদ্যোগ

उदाहरण : মহেশে বহুত লৰা-ঢপৰা কৰাৰ পিছতহে নিজৰ ভায়েকক চাকৰি দিয়াব পাৰিলে

पर्यायवाची : দৌৰা-দৌৰি

चौपाल