अर्थ : যʼত প্রভাৱ থাকে
उदाहरण :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
पर्यायवाची : প্রভাৱশালী
अर्थ : যাৰ বল বা শক্তি আছে
उदाहरण :
অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
पर्यायवाची : জোৰদাৰ
अर्थ : যাৰ বহুত বেছি প্রতাপ থাকে
उदाहरण :
ৰাবন এজন প্রতাপী ৰজা আছিল
पर्यायवाची : প্রতাপশালী, প্রতাপী, বিক্রমী
अर्थ : অত্যন্ত পৰাক্রমী
उदाहरण :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
पर्यायवाची : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী