अर्थ : চিকিৎসাশাস্ত্রত ফোঁহা, ৰোগগ্রস্তঅংগ আদি কটা-টিঙা কৰা কার্য
उदाहरण :
এই ৰোগটোৰ চিকিৎসা অপাৰেচনৰ যোগেদিহে সম্ভৱ
पर्यायवाची : অপাৰেচন, অপাৰেশ্যন, শল্য চিকিৎসা, শল্যকর্ম
अर्थ : শৰীৰৰ ভিতৰৰ কোনো অংশ আৰোগ্য কৰিবৰ কাৰণে কটা-চিঙা কৰি ভাল কৰিবৰ কাৰণে বিধান থকা শাস্ত্র বিশেষ
उदाहरण :
মাধৱে শল্যচিকিৎসাৰ অধ্যয়ন কৰি আছে
पर्यायवाची : শল্য শাস্ত্র, শল্য-চিকিৎসা, শল্য-শাস্ত্র