अर्थ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
उदाहरण :
ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
पर्यायवाची : ঠাণ্ডা
अर्थ : যি উদ্বিগ্ন নহয়
उदाहरण :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
पर्यायवाची : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
अर्थ : যাৰ চিত্ত স্থিৰ
उदाहरण :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
पर्यायवाची : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
अर्थ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
उदाहरण :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
पर्यायवाची : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান