पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শাৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শাৰী   বিশেষ্য

अर्थ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র

उदाहरण : সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়

अर्थ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ

उदाहरण : ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে

पर्यायवाची : লানী

अर्थ : ক্রম অনুসাৰে হোৱা অৱস্থা

उदाहरण : দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে

पर्यायवाची : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা

अर्थ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি

उदाहरण : উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক

पर्यायवाची : পংক্তি

अर्थ : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে

उदाहरण : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে

पर्यायवाची : পংক্তি, লাইন

अर्थ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম

उदाहरण : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল

पर्यायवाची : লাইন, লান, লানি, লালী, শৃংখলা

चौपाल