सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰৰ বল
उदाहरण : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
पर्यायवाची : জোৰ, শকতি, শক্তি, শাৰীৰিক বল
अर्थ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
उदाहरण : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
पर्यायवाची : পৰাক্রম, বাহুবল
इंस्टॉल करें