सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
उदाहरण : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
पर्यायवाची : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
अर्थ : ধাতুৰ খাৰুৰে বনোৱা ৰচী
उदाहरण : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
अर्थ : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
उदाहरण : কুকুৰটো শিকলিৰে বান্ধি লোৱা
इंस्टॉल करें