सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ
उदाहरण : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল
पर्यायवाची : চূড়া, শিখা
अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
उदाहरण : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
पर्यायवाची : উচ্চ, ওখ, ওখ-পাখ, চৰা, টিং
इंस्टॉल करें