पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শিল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শিল   বিশেষ্য

अर्थ : সৰু আকাৰৰ শিল

उदाहरण : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে

पर्यायवाची : পাথৰ, শিলগুটি

अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়

उदाहरण : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা

पर्यायवाची : পাথৰ, প্রস্তৰ, শিলাখণ্ড

अर्थ : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা

उदाहरण : বৰষুণৰ লগে-লগে শিলো পৰিছে

पर्यायवाची : শিল বৰষুণ

अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে

उदाहरण :

पर्यायवाची : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন

चौपाल