सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শিলৰ টুকুৰা
उदाहरण : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
पर्यायवाची : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলগুটি, শৈলখণ্ড
अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
उदाहरण : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
पर्यायवाची : পাথৰ, প্রস্তৰ, শিল
इंस्टॉल करें