पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শিৰস্ত্রাণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শিৰস্ত্রাণ   বিশেষ্য

अर्थ : মূৰত পকাই বন্ধা দীঘল কাপোৰ

उदाहरण : তেওঁ ৰʼদত ্ কাম কৰাৰ সময়ত পাগুৰি মাৰি লয়

पर्यायवाची : পাগুৰি, পাগুৰী

अर्थ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী

उदाहरण : সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে

अर्थ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ

उदाहरण : মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে

पर्यायवाची : হেলমেট

अर्थ : দেৱতা, ৰজা আদিৰ শিৰত থকা এবিধ বিশেষ শিৰোভূষণ

उदाहरण : ৰজাৰ শিৰত মুকুটে শোভাবর্দ্ধন কৰি আছে

पर्यायवाची : কিৰীটি, মুকুট

चौपाल