सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
उदाहरण :
पर्यायवाची : জাৰ, ঠাণ্ডা, শৈত্য
अर्थ : ঠাণ্ডা বতৰ
उदाहरण : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
पर्यायवाची : জাৰ, জাৰকালি, শীতকাল
इंस्टॉल करें